Mahatma Gandhi Biography in Assamese | মহাত্মা গান্ধীৰ জীৱনী
Mahatma Gandhi Biography in Assamese নমস্কাৰ পঢ়ুৱৈসকল, Assamesegyanলৈ স্বাগতম। আজি আমি Mahatma Gandhi Biography in Assamese, মহাত্মা গান্ধীৰ জীৱনী আলোচনা কৰিম। জন্ম আৰু শিক্ষা :- (Mahatma Gandhi Biography in Assamese) ভাৰতীয় জাতিৰ পিতৃ মহাত্মা গান্ধীৰ জন্ম হৈছিল ১৮৬৯ চনৰ ২ অক্টোবৰত ভাৰতৰ গুজৰাট ৰাজ্যৰ উপকূলীয় চহৰ পোৰবন্দৰত। হিন্দু পৰিয়ালত জন্মগ্ৰহণ কৰা তেখেতে ভাৰতত পৰম্পৰাগত শিক্ষা গ্ৰহণ কৰিছিল, … Read more