Essay on Child Marriage in Assamese | বাল্য বিবাহ বিষয়ে ৰচনা

Essay on Child Marriage in Assamese

Essay on Child Marriage in Assamese মহাশক্তি হিচাপে পৰিগণিত হ’বলৈ সাজু হোৱা ভাৰতবৰ্ষত বাল্যবিবাহ নামৰ এক যুগ যুগ ধৰি চলি অহা কু-প্ৰথা এতিয়াও প্ৰচলিত হৈ আছে যদিও সেয়া এক চাঞ্চল্যকৰ বাস্তৱ। ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন অনুসৰি বাল্যবিবাহৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰত দ্বিতীয় স্থানত আছে। তথ্য অনুসৰি উত্তৰ প্ৰদেশ ৰাজ্যত বাল্যবিবাহৰ প্ৰাদুৰ্ভাৱ সৰ্বাধিক ৬৮ শতাংশ, তাৰ পিছতে বিহাৰ … Read more