Zubeen Garg Biography in Assamese | জুবিন গাৰ্গৰ জীৱনী
নমস্কাৰ পঢ়ুৱৈসকল, Assamesegyanলৈ স্বাগতম। আজি আমি Zubeen Garg Biography in Assamese, জুবিন গাৰ্গৰ জীৱনী আলোচনা কৰিম। Zubeen Garg Biography in Assamese জুবিন গাৰ্গ (জন্ম জুবিন বৰঠাকুৰ; ১৮ নৱেম্বৰ ১৯৭২) এজন ভাৰতীয় গায়ক, সংগীত পৰিচালক, সুৰকাৰ, গীতিকাৰ, সংগীত প্ৰযোজক, অভিনেতা, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু দানবীৰ। তেওঁ মূলতঃ অসমীয়া, বাংলা আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰ আৰু সংগীত … Read more