AHSEC HS Result 2022- Result websites

AHSEC Result 2022 Assam Higher Secondary Education Council (AHSEC) ইতিমধ্যে এইচএছ ফাইনেল বা দ্বিতীয় বৰ্ষৰপৰীক্ষা সফলতাৰে সম্পূৰ্ণ কৰিছে।  এই পৰীক্ষা সাধাৰণতেচাৰিটা শাখাত অনুষ্ঠিত হয় – কলা, বাণিজ্য, বিজ্ঞান আৰু বৃত্তিমূলক। 2022 বৰ্ষৰ বাবে, এ.এইচ.এছ.ই.চি. এইচ.এছ. পৰীক্ষা 15 মাৰ্চৰ পৰা 12 এপ্ৰিল 2022 লৈ অনুষ্ঠিত হৈছিল। এইপৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে তেওঁলোকৰ ফলাফল অনলাইন পৰীক্ষা কৰিবলৈ এই … Read more