অসমতযিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাৰ মূল চাবিকাঠি হৈছে Assam GK আৰু সাম্প্ৰতিক পৰিক্ৰমা।
অসম জি.কে.-য়েআপোনাক এক উৎকৃষ্ট ফলাফললৈলৈ যাব পাৰে, যদি আপুনি অসমৰ সৈতে সম্পৰ্কিত বাতৰি, ঘটনা আৰু তথ্য মনত ৰাখিবলৈ ভাল হয়।
Assam GK PDF হৈছে অসম ইতিহাস, অসম ভূগোল, অসম কলা আৰু সংস্কৃতি আদিৰ দৰে বিভিন্ন বিষয়ত 500+ আটাইতকৈ গুৰুত্বপূৰ্ণ Assam GK এমচিকিউৰ এক সংগ্ৰহ।
Assam GKPDF হৈছে 500+ আটাইতকৈ গুৰুত্বপূৰ্ণ অসম সাধাৰণ জ্ঞান এমচিকিউৰ এক অনন্য সংহতিযাক অসমত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত সোধা হয়।
অসমত যিকোনো ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা সকলো শিক্ষাৰ্থীৰ বাবে Assam GK এমচিকিউ PDF অতি সহায়ক। আপুনি তলত দিয়া লিংকৰ পৰা Assam GK PDF পঢ়িব আৰু ডাউনলোড কৰিব পাৰে।
DHS Grade 4 Exam Assam GK PDF in Assamese
1. অসমৰআটাইতকৈ সৰু জিলা কোনখন?
A) দক্ষিণশালমাৰা
B) বজালী
C) নলবাৰী
D) মাজুলী
উত্তৰঃB) বজালী
2. সমগ্ৰউত্তৰ পূবৰ প্ৰথমখন পেট্ৰ‘কেমিকেল প্রজেক্টৰ নাম কি?
A) অসমপেট্ৰ‘কেমিকেলছ লিমিটেড
B) ব্ৰহ্মপুত্ৰক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড
c) কেমিকেলআৰু পেট্র‘ কেমিকেল উদ্যোগ অসম
D) পেট্ৰ‘কেমিকেল উদ্যোগ লাউকুৰি
উত্তৰঃB) ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড
3. উত্তৰ–পূবৰ শৈক্ষিক ক্ষেত্ৰত নতুন সংযােজনৰ বাবে | কোনখন বিশ্ববিদ্যালয় অসমত প্রতিষ্ঠা কৰা হৈছে ?
A) গুৱাহাটীবিশ্ববিদ্যালয়
B) ডিব্ৰুগড়বিশ্ববিদ্যালয়
c) অসমবিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়
D) ৰয়েলগ্ল‘ৱেল বিশ্ববিদ্যালয়
উত্তৰঃD) ৰয়েল গ্ল‘ৱেল বিশ্ববিদ্যালয়
4. কিমানচনত অসমত গড় কাপ্তানী বিভাগ প্রতিষ্ঠা কৰা হৈছিল ?
A) 1850 চনত
B) 1868 চনত
c) 1890 চনত
D) 1900 চনত
উত্তৰঃB) 1868 চনত
5. অসমৰকোনখন জিলাক নদীদ্বীপ জিলা বলি ঘােষণা কৰা হৈছিল?
A) নলবাৰী
B) মাজুলী
c) তিনিচুকীয়া
D) যােৰহাট
উত্তৰঃB) মাজুলী
6. তিৱাসকলৰআদি বাসস্থান ক‘ত? |
A) নেপাল |
B) ভূটান
c) তিব্বত|
D) কামৰূপ
উত্তৰঃC) তিব্বত
7. অসমতআয়ুর্বেদ চিকিৎসা মহাবিদ্যালয় ক‘ত
অৱস্থিত? |
A) ৰঙিয়া|
B) নলবাৰী|
c) শিৱসাগৰ|
D) গুৱাহাটী
উত্তৰঃD) গুৱাহাটী
8. অসমতবন প্রশিক্ষণ কেন্দ্র ক‘ত অৱস্থিত?
A) দেৰগাঁওত
B) মাকুমত
C) চাংচাৰীত
D) কাৰ্বিআংলংত
উত্তৰঃB) মাকুমত
9. অসমতচূণশিলৰ খনি ক‘ত আছে?
A) হাফলং
B) তিনিচুকীয়া
c) ডিগবৈ
D) কাৰ্বিআংলং
উত্তৰঃD) কাৰ্বি আংলং
10. অইলইণ্ডিয়া লিমিটেডৰ পূৰ্বাঞ্চলৰ মুখ্য কার্যালয় ক‘ত অৱস্থিত?
A) দুলিয়াজান
B) ডিগবৈ
c) বঙাইগাঁও
D) গুৱাহাটী
উত্তৰঃA) দুলিয়াজান
11. অসমৰকোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম?
A) ধেমাজি|
B) ধুবুৰী|
c) নলবাৰী
D) কামৰূপ
উত্তৰঃB) ধুবুৰী
12. অসমৰব্ৰহ্মপুত্ৰৰ ওপৰত হােৱা প্ৰথম দলং কোনখন?
A) শৰাইঘাটদলং
B) কলিয়াভােমােৰাসেতু
c) নৰনাৰায়ণসেতু
D) বগীবিলদলং
উত্তৰঃA) শৰাইঘাট দলং
13. অসমৰপ্ৰথমখন তেল শােধনাগাৰ ক‘ত অৱস্থিত?
A) দুলিয়াজান
B) বঙাইগাঁও
c) ডিগবৈ|
D) নুমলীগড়
উত্তৰঃC) ডিগবৈ
14. অসমৰমৰাপাট কল ক‘তঅৱস্থিত?
A) বােকাজান
B) বামুণীমৈদাম
c) শিলঘাট
D) দেৰগাঁও
উত্তৰঃC) শিলঘাট
15. কাজিৰঙাকেতিয়া ৰাষ্ট্ৰীয় উদ্যানৰূপে স্বীকৃতি পাইছিল ?
A) 1974 চনৰ1 জানুৱাৰী
B) 1985 চনৰ20 জুন।
c) 1990 চনৰ1 আগষ্ট
D) 2001 চনৰ5 জুলাই
উত্তৰঃA) 1974 চনৰ 1 জানুৱাৰী
16. অসমৰচিমেন্ট কাৰখানা ক‘ত অৱস্থিত?
A) বােকাজান
B) বামুণীমৈদাম
c) শিলঘাট
D) দেৰগাঁও
উত্তৰঃA) বােকাজান
17, মানাহকিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি পাইছিল?
A) 1950 চনত
B) 1985 চনত
c) 2001 চনত
D) 2010 চনত
উত্তৰঃ B) 1985 চনত
18. অসমৰএকমাত্র পশু চিকিৎসা মহাবিদ্যালয় ক‘ত অৱস্থিত?
A) ৰঙিয়া
B) ডিব্রুগড়
c) যােৰহাট
D) খানাপাৰা(গুৱাহাটী
উত্তৰঃD) খানাপাৰা (গুৱাহাটী)
19. অসমৰবনস্পতি উদ্যান ক‘ত অৱস্থিত?
A) কাৰ্বিআংলং
B) নগাঁও
c) আমিনগাওঁ
D) বঙাইগাওঁ
উত্তৰঃC) আমিনগাওঁ
20. অসমতপেট্র‘কেমিকেলছ ক‘ত অৱস্থিত?
A) নামৰূপ
B) ডিগবৈ
c) শিলঘাট
D) বােকাখাট
উত্তৰঃA) নামৰূপ
21. অসমৰক‘ত ক‘ততেল শােধনাগাৰ আছে?
A) বঙাইগাওঁ
B) নুনমাটি
c) নুমলীগড়
D) আটাইকেইটা
উত্তৰঃD) আটাইকেইটা
22. কঁহৰবাচন–বৰ্তনৰ কাৰখানা ক‘ত অৱস্থিত?
A) হাজো
B) শুৱালকুছি
C) সৰ্থেবাৰী
D) বৰপেটা
উত্তৰঃC) সৰ্থেবাৰী
23. অসমৰ কোনটো ঠাই জাপি শিল্পৰ বিখ্যাত?
A) বৰপেটা
B) মুৰিকোণা (নলবাৰী)
c) বৰমা
D) টিহু
উত্তৰঃ B) মুৰিকোণা (নলবাৰী)
24. অসম ৰাজ্যখন কেতিয়া গঠন হৈছিল?
A) 1850 চনত
B) 1900 চনত
c) 1947 চনত
D) 1950 চনত
উত্তৰঃ D) 1950 চনত
25. পৃথিৱীৰ দ্বিতীয় ডাঙৰ চাহ নিলাম কেন্দ্র ক’ত অৱস্থিত?
A) কলকাতা |
B) গুৱাহাটী
c) অমৃতসৰ
D) যােৰহাট
উত্তৰঃ B) গুৱাহাটী
26. অসমৰ ৰাজধানী কেতিয়া দিছপুৰ কৰা হৈছিল?
A) 1955 চনত
B) 1970 চনত
c) 1974 চনত
D) 2000 চনত
উত্তৰঃ c) 1974 চনত
27. বিশ্বৰ দ্বিতীয় ঘােলা নদী কোনখন?
A) নীল নদী
B) বৰাক নদী
c) ব্রহ্মপুত্র নদী
D) গংগা নদী
উত্তৰঃ ) ব্রহ্মপুত্র নদী
Assam Gk Questions and Answers in Assamese
28. কোনজন মুখ্যমন্ত্ৰীৰ সময়ত অসমৰ ৰাজধানী ছিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিল ?
A) গােলাপ বৰবৰা
B) আনৱাৰা টাইমুৰ
c) প্রফুল্ল কুমাৰ মহন্ত
D) শৰৎ চন্দ্র সিংহ
উত্তৰঃ D) শৰৎ চন্দ্র সিংহ
29. অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন
A) নামেৰি ৰাষ্ট্ৰীয় উদ্যান
B) ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান
c) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
D) মানস ৰাষ্ট্ৰীয় উদ্যান
উত্তৰঃ C) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
30. অসমৰ প্রধান ৰেলপথটোৰ নাম কি?
A) উত্তৰ-পূৱ সীমান্ত ৰেলপথ
B) ডিব্ৰু-শদিয়া ৰেলৱে
C) দার্জিলিং হিমালয়ান ৰেলৱে
D) অসম ৰেলৱে
উত্তৰঃ A) উত্তৰ-পূৱ সীমান্ত ৰেলপথ